అర్థం : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল
ఉదాహరణ :
আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়
అర్థం : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা
ఉదాహరణ :
আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল
పర్యాయపదాలు : আদাৰ গছ