అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ఉదాహరణ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
పర్యాయపదాలు : নমোৱা
అర్థం : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল