అర్థం : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ఉదాహరణ :
সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
పర్యాయపదాలు : অসন্মতি, অসমর্থন, অসহমত, সন্মতিহীনতা
అర్థం : যিজন সন্মত বা মান্তি নহয়
ఉదాహరణ :
কিছুমান লোক এই প্রস্তাৱটোত অসন্মত আছিল
పర్యాయపదాలు : অসন্মত