అర్థం : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ఉదాహరణ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
పర్యాయపదాలు : অবিবাহিত মহিলা, কুমাৰী
అర్థం : যিজন পুৰুষ বিবাহিত নহয়
ఉదాహరణ :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
పర్యాయపదాలు : অবিবাহিত পুৰুষ
అర్థం : যাৰ বিবাহ হোৱা নাই
ఉదాహరణ :
অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
పర్యాయపదాలు : কুমাৰ