అర్థం : যিটো প্রমাণ আদিৰ দ্বাৰা প্রতিপন্ন কৰা হোৱা নাই
ఉదాహరణ :
অপ্রমাণিত প্রমাণপত্র দিয়াৰ কাৰণে আপোনাৰ আবেদন পত্রখন বিবেচনা কৰিব পৰা নগʼল
పర్యాయపదాలు : অপ্রমাণিত
అర్థం : যাৰ বা যিহৰ পৰীক্ষা হোৱা নাই
ఉదాహరణ :
অপৰীক্ষিত বস্তুক ব্যৱহাৰ কৰা উচিত নহʼব