అర్థం : কিহবাৰ আধাৰত অনুমান কৰা কার্য
ఉదాహరణ :
এই সংখ্যাবোৰৰ পুনৰ অনুমান কৰি হিচাপ উলিয়াব লাগিব
పర్యాయపదాలు : আন্দাজ
అర్థం : এনেকুৱা হʼব পাৰে বুলি নিজৰ মনৰ মাজতে বোধজন্মা এক ভাব
ఉదాహరణ :
কেতিয়াবা কেতিয়াবা অনুমান ভুলো হʼব পাৰে
పర్యాయపదాలు : আন্তাজ