అర్థం : ৰাসায়নিক বিক্রিয়া খৰতকীয়া ৰসায়ন বিশেষ
ఉదాహరణ :
ছালফিউৰিক এছিড তৈয়াৰ কৰিবৰ কাৰণে অনুঘটকৰ আৱশ্যক হয়
అర్థం : কোনো ব্যক্তি, কাম আদিক অনুপ্রেৰিত কৰা কার্য
ఉదాహరణ :
ৰাসায়নিক বিক্রিয়াৰ সংঘটনত অনুঘটকৰ অলপ মাত্রাই পর্যাপ্ত হয়
అర్థం : যোৰা লগোৱা বা সংযুক্ত কৰোতা
ఉదాహరణ :
ঘটক ব্যক্তিৰ সহায়ত ভাঙিবলৈ ধৰা পৰিয়ালটো বাছিল
పర్యాయపదాలు : ঘটক