అర్థం : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
ఉదాహరణ :
এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
పర్యాయపదాలు : অধিকাৰহীনতা, অনধিকাৰিতা
అర్థం : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ఉదాహరణ :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
పర్యాయపదాలు : স্বত্বহীন