అర్థం : নিজান ঠাইত থকা বা বসবাস কৰোতা
ఉదాహరణ :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
పర్యాయపదాలు : একাকিন
అర్థం : যাৰ লগত কোনো নাই বা নাথাকে
ఉదాహరణ :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
పర్యాయపదాలు : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ