అర్థం : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে
ఉదాహరణ :
ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে
అర్థం : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে
ఉదాహరణ :
অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে
పర్యాయపదాలు : ৰিফিউজী
అర్థం : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে
ఉదాహరణ :
শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে
పర్యాయపదాలు : ৰিফিউজী