అర్థం : কাৰোবাৰ লগত প্রেমপূর্ণ ্বা বাৎসল্যপূর্ণ ব্যৱহাৰ কৰা
ఉదాహరణ :
সৰু লʼৰা-ছোৱালীক সকলোৱে মৰম কৰে
పర్యాయపదాలు : আপদাৰ কৰা
అర్థం : ডাঙৰে সৰুৰ প্রতি মৰম ্প্রদর্শন ্কৰা
ఉదాహరణ :
শিশুক মাকে সকলোতকৈ বেছি মৰম কৰে
పర్యాయపదాలు : স্নেহ কৰা