అర్థం : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
ఉదాహరణ :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
పర్యాయపదాలు : বেঙেনা গছ
అర్థం : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
ఉదాహరణ :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে