అర్థం : যʼত কোনো পেচ বা মোৰ আছে
ఉదాహరణ :
পাহাৰৰ মেৰযুক্ত পথত সাৱধানেৰে গাড়ী চলাব লাগে
పర్యాయపదాలు : মেৰযুক্ত
అర్థం : যʼত পেচ লগোৱা বা জোৰা লগোৱা আছে
ఉదాహరణ :
ফাৰ্ণিচাৰ আদি বনোৱাৰ সময়ত পেচযুক্ত নট-বল্টুৰ ব্যৱহাৰ কৰা হয়