అర్థం : যিজন সন্মুখত উপস্থিত বা হাজিৰ হোৱা নাই
ఉదాహరణ :
আজি শ্যাম শ্রেণীত অনুপস্থিত আছিল
పర్యాయపదాలు : গৰহাজিৰ
అర్థం : যিজন প্রবিষ্ট হোৱা নাই
ఉదాహరణ :
অনুপস্থিত অতিথিসকলক শীঘ্রে ভিতৰলৈ আহিবলৈ কোৱা হʼল
పర్యాయపదాలు : অপ্রবিষ্ট