ଅର୍ଥ : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
ଉଦାହରଣ :
হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ
ସମକକ୍ଷ : হালধি
ଅର୍ଥ : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ
ଉଦାହରଣ :
সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল
ସମକକ୍ଷ : হালধি