ଅର୍ଥ : যাৰ হাত নাই
ଉଦାହରଣ :
ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
ଅର୍ଥ : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
ଉଦାହରଣ :
ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
ସମକକ୍ଷ : বাহুহীন