ଅର୍ଥ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
ଉଦାହରଣ :
লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
ସମକକ୍ଷ : বজাৰ
ଅର୍ଥ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
ଉଦାହରଣ :
ইয়াত প্রতি শনিবাৰে বজাৰ বহে
ସମକକ୍ଷ : বজাৰ