ଅର୍ଥ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
ଉଦାହରଣ :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
ସମକକ୍ଷ : তল
ଅର୍ଥ : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
ଉଦାହରଣ :
প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে