ଅର୍ଥ : মনোযোগ দিয়া
ଉଦାହରଣ :
বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
ସମକକ୍ଷ : খবৰ
ଅର୍ଥ : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
ଉଦାହରଣ :
আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
ସମକକ୍ଷ : শুনানী