ଅର୍ଥ : যাৰ সন্তান নাই (পুৰুষ)
ଉଦାହରଣ :
সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
ଅର୍ଥ : যাৰ কোনো সন্তান নাই
ଉଦାହରଣ :
নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
ସମକକ୍ଷ : নিঃসন্তান