ଅର୍ଥ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ଉଦାହରଣ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ସମକକ୍ଷ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
ଅର୍ଥ : হাথিয়াৰ আদিৰে সাজু হোৱা
ଉଦାହରଣ :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
ସମକକ୍ଷ : প্রস্তুত