ଅର୍ଥ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
ଉଦାହରଣ :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
ସମକକ୍ଷ : শাল গছ
ଅର୍ଥ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
ଉଦାହରଣ :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে