ଅର୍ଥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ଉଦାହରଣ :
সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ସମକକ୍ଷ : শ
ଅର୍ଥ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
ଉଦାହରଣ :
৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে