ଅର୍ଥ : উপদ্রৱ কৰি জপিওৱা
ଉଦାହରଣ :
যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
ସମକକ୍ଷ : লৰা ঢপৰা
ଅର୍ଥ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
ଉଦାହରଣ :
মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
ସମକକ୍ଷ : দৌৰা-দৌৰি