ଅର୍ଥ : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি
ଉଦାହରଣ :
পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়
ସମକକ୍ଷ : জনসেৱা
ଅର୍ଥ : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম
ଉଦାହରଣ :
মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে
ସମକକ୍ଷ : জনসেৱা