ଅର୍ଥ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ଉଦାହରଣ :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
ସମକକ୍ଷ : লেপন দিয়া
ଅର୍ଥ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ଉଦାହରଣ :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে