ଅର୍ଥ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ଉଦାହରଣ :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ସମକକ୍ଷ : প্রলোভন
ଅର୍ଥ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
ଉଦାହରଣ :
মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল