ଅର୍ଥ : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
ଉଦାହରଣ :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
ସମକକ୍ଷ : চুই পোৱা
ଅର୍ଥ : কোনো কামত দৃঢ়তাৰে লাগি থকা
ଉଦାହରଣ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
ସମକକ୍ଷ : লগা