ଅର୍ଥ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
ଉଦାହରଣ :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
ସମକକ୍ଷ : যোৰা
ଅର୍ଥ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
ଉଦାହରଣ :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
ସମକକ୍ଷ : যোৰা