ଅର୍ଥ : নগৰৰ ৰক্ষা আৰু ব্যৱস্থাপনা কৰা এজন প্রাচীন বিষয়া
ଉଦାହରଣ :
প্রাচীন কালত নগৰপাল নগৰৰ সকলোতকৈ ডাঙৰ বিষয়া আছিল
ସମକକ୍ଷ : নগৰপাল
ଅର୍ଥ : প্রধান নগৰপালিকা
ଉଦାହରଣ :
শ্রীচন্দন শর্মাই পাঁচ বছৰৰ কাৰণে মেয়ৰ হিচাপে নিযুক্তি লাভ কৰিছে