ଅର୍ଥ : মিশ্রণ কৰা বা মিহলোৱা কার্য
ଉଦାହରଣ :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
ସମକକ୍ଷ : মিহলি
ଅର୍ଥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ଉଦାହରଣ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ସମକକ୍ଷ : সংমিশ্রণ