ଅର୍ଥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ଉଦାହରଣ :
সাধুসকল মোহত নপৰে
ସମକକ୍ଷ : মোহ
ଅର୍ଥ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
ଉଦାହରଣ :
শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়