ଅର୍ଥ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
ଉଦାହରଣ :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
ସମକକ୍ଷ : মাজু
ଅର୍ଥ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
ଉଦାହରଣ :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
ସମକକ୍ଷ : মধ্যমীয়া