ଅର୍ଥ : এক প্রকাৰৰ সৰু উদ্ভিদ যাৰ সৰু আৰু দীঘলীয়া আকাৰৰ গুটি তৰকাৰী হিচাপে খোৱা হয়
ଉଦାହରଣ :
খেতিয়কে খেতি পথাৰত ভেণ্ডী সিঁচি আছে
ଅର୍ଥ : পাচলি হিচাপে খোৱা এজোপা সৰু গছৰ আঙুলিৰ নিচিনা ফল
ଉଦାହରଣ :
কবিৰাজৰ মতে ভেণ্ডি উষ্ণ, গ্রাহী আৰু ৰুচিকাৰক ??
ସମକକ୍ଷ : ভেণ্ডি