ଅର୍ଥ : কোনো বস্তু সম্পূর্ণৰূপে জ্বলি যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ
ଉଦାହରଣ :
গাঁৱত কিছুমান লোকে ছাইৰে বাচন-বর্তন মাজে
ସମକକ୍ଷ : ছাই
ଅର୍ଥ : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
ଉଦାହରଣ :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
ସମକକ୍ଷ : ভস্মীভূত