ଅର୍ଥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ଉଦାହରଣ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ସମକକ୍ଷ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
ଅର୍ଥ : পৃথক বা বেলেগ হোৱা
ଉଦାହରଣ :
মুন্নাৰ এটা দাঁত ভাগিল