ଅର୍ଥ : ভাল নলগা বা কাৰোবাৰ কথা বা কামৰ পৰা মনত দুখ পোৱা
ଉଦାହରଣ :
সঁ্চা কথা প্রায়েই ভাল নালাগে
ସମକକ୍ଷ : ভাল নলগা
ଅର୍ଥ : মানসিক কষ্ট বা পীড়া হোৱা
ଉଦାହରଣ :
মোৰ লʼৰাটোৱে এইদৰে একো নোকোৱাকৈ গুচি যোৱাৰ কাৰণে মোৰ আজিও বেয়া লাগে
ସମକକ୍ଷ : দুখ লগা