ଅର୍ଥ : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
ଉଦାହରଣ :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
ସମକକ୍ଷ : বেঙেনা গছ
ଅର୍ଥ : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
ଉଦାହରଣ :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে