ଅର୍ଥ : কিলাৰ দেৱালৰ অলপ দূৰে দূৰে থকা ত্রিকোণাকৃতিৰ ঠাই
ଉଦାହରଣ :
বুৰুজৰ আঁৰৰ ্পৰা সৈন্যই যুদ্ধ কৰিছিল
ଅର୍ଥ : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
ଉଦାହରଣ :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
ସମକକ୍ଷ : মিনাৰ