ଅର୍ଥ : ধ্যান বা বোধলৈ অহা
ଉଦାହରଣ :
এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
ଅର୍ଥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ଉଦାହରଣ :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ସମକକ୍ଷ : জনা