ଅର୍ଥ : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
ଉଦାହରଣ :
চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
ସମକକ୍ଷ : আন্দোলন
ଅର୍ଥ : কোনো অপ্রিয় বা অনিষ্ট ঘটনাৰ কাৰণে মনত হোৱা বিকাৰ
ଉଦାହରଣ :
বিক্ষোভ কেইবা প্রকাৰৰো হয়