ଅର୍ଥ : প্রথমৰ পৰা শেষলৈকে হোৱা এনেকুৱা এখন খেল যʼত খেলৰ হৰা-জিকা আছে
ଉଦାହରଣ :
শ্যামে হাৰি-হাৰি অৱশেষত বাজিটো জিকিল
ଅର୍ଥ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
ଉଦାହରଣ :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
ସମକକ୍ଷ : চাল