ଅର୍ଥ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
ଉଦାହରଣ :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
ସମକକ୍ଷ : খাৰিজ
ଅର୍ଥ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
ଉଦାହରଣ :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
ସମକକ୍ଷ : খাৰিজ