ଅର୍ଥ : কোনো বিষয়ত কোনো মতবিৰোধ হোৱাৰ কাৰণে বিৰোধ বা অসন্তোষ ভাব দেখুৱাৰ কাৰণে কৰা ত্যাগ
ଉଦାହରଣ :
গান্ধীজীয়ে বিদেশী বস্তুৰ বহিষ্কাৰ কৰিছিল
ସମକକ୍ଷ : বহিষ্কৰণ
ଅର୍ଥ : বাহিৰ কৰা বা উলিয়াই পঠোৱা ক্রিয়া
ଉଦାହରଣ :
অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ কাৰণে সমাজৰ পৰা ৰামুক বহিষ্কাৰ কৰা হʼল