ଅର୍ଥ : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
ଉଦାହରଣ :
শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
ଅର୍ଥ : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
ଉଦାହରଣ :
কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
ସମକକ୍ଷ : বজ্রাঘাত