ଅର୍ଥ : ছেদ কৰা কার্য
ଉଦାହରଣ :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
ସମକକ୍ଷ : ছেদন
ଅର୍ଥ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ଉଦାହରଣ :
এই ঢোলকটো ফুটি থাকিল
ସମକକ୍ଷ : ফুটি থকা
ଅର୍ଥ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ଉଦାହରଣ :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব