ଅର୍ଥ : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
ଉଦାହରଣ :
ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
ଅର୍ଥ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
ଉଦାହରଣ :
পিয়নজনে ফাইলটো লৈ গৈছে
ସମକକ୍ଷ : নথি