ଅର୍ଥ : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
ଉଦାହରଣ :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
ଅର୍ଥ : যʼত ফল লাগি আছে
ଉଦାହରଣ :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
ଅର୍ଥ : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
ଉଦାହରଣ :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
ସମକକ୍ଷ : ফলদায়ী