ଅର୍ଥ : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
ଉଦାହରଣ :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
ସମକକ୍ଷ : কনডাক্টৰ
ଅର୍ଥ : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
ଉଦାହରଣ :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
ସମକକ୍ଷ : সঞ্চালক