ଅର୍ଥ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
ଉଦାହରଣ :
প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
ସମକକ୍ଷ : প্রশান্ত মহাসাগৰ
ଅର୍ଥ : যাৰ চিত্ত স্থিৰ
ଉଦାହରଣ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ସମକକ୍ଷ : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত